Kitapor Bujha

演唱:Ereka
আধা জাগি
পুৱা উঠি
কিতাপৰে
বোজা দাঙি
ৰণলৈ যাওঁ ওলাই
শান্ত আকাশ ভেদি
যাব খোজে মনপখী
শিকলি দিলে লগাই
ৰঙা-নীলা.. চিলাবোৰ
ক'তে হেৰায়
কণমানি.. ওঁঠত
হাঁহি লুকায়
ধেমেলীয়া..ৰঙবোৰ
উৰিনো যায় (২)

你可能喜欢