Hok Tuko Ye
演唱:Tikendrajit Moran、Papori Gogoiহ'ক তুক য়ে
আদিকা হলেও আছোং যেনে তেনে
হঅ অঅ
কম তুক য়ে
বিচুতি বাও পাং তুক মেনে মেনে
যি কলেও /মনে খাই মো
নেপালে তুক মো চু লাগিব শোক
বেয় জলঙাদি জুমি চালোং
ৰাতি সোঁমজীয়া হাঁ পোৱালোং
তোখা তই ব মঅমলগা
মোখা মই পিলিঙা
তোখা তই ফেচেকা
মোখা মই ভেলেঙা
কলিজাতে চু তই আচহি মো...
যি কলেও মনে খাই মো
নেপালে তুক মো চু লাগিব শোক
এলাগনিঅ' গুণ
ফতাকানীও সোণ
অ চেনং কচোন তই
অপিতে ভাৱনা মোক
তুখা তই মৌপিয়া
মোখা মই কাছগঁঞা
মোখা মই লিচপিচিয়া
তুখা তই মুজুঙা
তু কানে সাজিম ঘ হেদাংত
যি কলেও মনেখাই মো
নেপালে তুক মো চু লাগিব শোক
হ'ক তুক য়ে
কম তুক য়ে
আদিকা হলেও আছোং যেনে তেনে
হঅ অঅ
কম তুক য়ে
বিচুতি বাও পাং তুক মেনে মেনে
যি কলেও /মনে খাই মো
নেপালে তুক মো চু লাগিব শোক
বেয় জলঙাদি জুমি চালোং
ৰাতি সোঁমজীয়া হাঁ পোৱালোং
তোখা তই ব মঅমলগা
মোখা মই পিলিঙা
তোখা তই ফেচেকা
মোখা মই ভেলেঙা
কলিজাতে চু তই আচহি মো...
যি কলেও মনে খাই মো
নেপালে তুক মো চু লাগিব শোক
এলাগনিঅ' গুণ
ফতাকানীও সোণ
অ চেনং কচোন তই
অপিতে ভাৱনা মোক
তুখা তই মৌপিয়া
মোখা মই কাছগঁঞা
মোখা মই লিচপিচিয়া
তুখা তই মুজুঙা
তু কানে সাজিম ঘ হেদাংত
যি কলেও মনেখাই মো
নেপালে তুক মো চু লাগিব শোক
হ'ক তুক য়ে
কম তুক য়ে